দৰং জিলাত ৬১৬ যৌন কৰ্মী থকাৰ তথ্য প্ৰশাসনৰ
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : এগৰাকী বিধায়কে জিলা আয়ুক্তলৈ লিখা এখন চিঠিয়ে এতিয়া তীব্ৰ জোকাৰণি তুলিছে দৰং জিলা প্ৰশাসনৰ ভিতৰে বাহিৰে। বিধায়ক বসন্ত দাসে জিলাখনত থকা যৌন কৰ্মীৰ সবিশেষ তথ্য বিচাৰি লিখা চিঠিখনে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।পিছে হঠাতে বিধায়ক গৰাকীৰ যৌন কৰ্মীৰ তথ্য বিচাৰি কিয় এই তৎপৰতা!আচলতে দৰং জিলা ভৰি আছে ৬১৬ গৰাকী যৌন…
Read More...