কলগাছিয়াৰ ধাননি পথাৰত শুঁৰ পোকৰ তাণ্ডৱ
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ দাৱনদিয়া গাঁৱৰ শালি ধান খেতিত একাংশ পোকে ধানৰ থোপাক যথেষ্ট ক্ষয়-ক্ষতি কৰাক কেন্দ্ৰ কৰি এই বৃহত্তৰ অঞ্চলৰ খেতিয়ক সকলৰ মাজত এক আতংময় পৰিবেশৰ সৃষ্টি হৈছে। ইমান কষ্ট কৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি কৃষক সকলে ধান খেতি কৰিছে যদিও দিনে নিশাই এক জাতীয় পোকে ধান খেতি অনিষ্ট…
Read More...