উজ্জীৱিত আফগানিস্তানৰ সন্মুখত আজি অপৰাজেয় নিউজিলেণ্ড
বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ অপৰাজেয় নিউজিলেণ্ডৰ সন্মুখত আজি আফগানিস্তান। প্ৰথম তিনিখন খেলতেই জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে কিৱি দলটোৱে। বিপৰীতে তৃতীয়খন মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি উজ্জীৱিত হৈ আছে আফগান বাহিনী। আজি বিশ্বকাপত নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত মুখামুখি হ’ব। এই বিশ্বকাপত এতিয়ালৈকে নিউজিলেণ্ড অজেয় হৈ আছে। তিনিওখন মেচতে…
Read More...