উদুলি-মুদুলি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়
🔹 ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানত ১৫০খন পতাকা উত্তোলন
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : ডেৰশ বছৰীয়া বৰ্ণাঢ্য এক অবিৰত যাত্ৰা। শিক্ষাৰ বাটকটীয়া উত্তৰ অসমৰ অন্যতম এখন পুৰণি শিক্ষানুষ্ঠান ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। ইংৰাজৰ আমোলত ১৮৭২ চনত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ে শিক্ষাৰ পোহৰ বিলাই ঐতিহ্যত পৰিণত হোৱা বিদ্যালয়খনে অতিক্ৰম কৰিলে…
Read More...