১৮৮ বছৰীয়া বিলাসীপাৰাৰ জমিদাৰ বাৰীৰ দুৰ্গাপূজা
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জমিদাৰ বাৰীৰ পূজাখনে এইবেলি ১৮৮ বছৰ স্পৰ্শ কৰিব। লোকশ্ৰুতি অনুসৰি সেই সময়ৰ জমিদাৰ কীৰ্তি নাৰায়ণ চৌধুৰীৰ পত্নী মাতংগিনী দেৱীয়ে হাল বাওতে এগৰাকী কৃষকৰ নাঙলত মাটিৰ পৰা এটা অষ্টভূজা উদ্ধাৰ হোৱা বুলি সপোনত দেখে৷ পত্নীক সপোনত দেৱীয়ে পৰিয়াললৈ আনি পূজাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়াৰ কথা শুনি…
Read More...