সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অপাৰগ উচ্চতম ন্যায়ালয়
বিশেষ বাৰ্তা, ১৭ অক্টোবৰঃ সমলিংগ বিবাহৰ ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয় যে সমলিংগ বিবাহক আইনী স্বীকৃতি দিব নোৱাৰি আৰু দম্পতীয়ে সন্তানকো দত্তক ল’ব নোৱাৰে। সমকামী দম্পতীৰ উদ্বেগ সমাধানৰ বাবে চৰকাৰে এখন কমিটী গঠন কৰিব পাৰে। পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই সিদ্ধান্ত লৈছে। এই বিচাৰপীঠত আছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ…
Read More...