বকোত অগপৰ প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : বকোস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাৰ্যালয় প্ৰাঙ্গনত প্ৰথমে দলীয় পতাকা উত্তোলন কৰে অগপৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টি সমিতিৰ সভাপতি গোলাপ মেধি। ইয়াৰ পিছতে অসম আন্দোলনৰ স্বহীদক সোৱঁৰি শ্বহীদ তৰ্পন কাৰ্যসূচী…
Read More...