আমি কৰিম অমৃত কলহ, বিৰোধীয়ে কৰিব অন্তঃকলহ
🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ কটাক্ষ
বিশেষ বার্তা, ১৪ অক্টোবৰ : অমৃত কলহক কেন্দ্র কৰি বিৰোধীয়ে সৃষ্টি কৰা বিতর্কক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি কংগ্রেছক কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীৰ মন্তব্য– আমি অমৃত কলহ কৰিম আৰু তেওঁলোকে অন্ত:কলহ কৰিব৷ এনেদৰে অসমখন চলি…
Read More...