চোৰাংকৈ বিক্ৰী কৰা ১৭০ বেগ চৰকাৰী চাউল জব্দ আৰক্ষীৰ
🔹 ভূৰাগাঁও সমবায় সমিতিৰ সভাপতি-সম্পাদকসহ আটক ৪
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত দৰিদ্ৰ হিতাধীকাৰীৰ বাবে আবণ্টিত চাউলৰ চোৰাং ব্যৱসায় অব্যাহত আছে। যোৱানিশা ভূৰাগাঁও সমবায় সমিতিৰ ১৭০ বেগ চৰকাৰী চাউল বিক্ৰী কৰাৰ সময়তেই চোৰাং ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ কৰে। যোৱানিশা প্ৰায় ১২ বজাত ভূৰাগাঁও চাৰিআলিৰ পাইকাৰী গেলামাল দোকানী চঞ্চল দে'ৰ ঘৰত…
Read More...