ফ’ৰ্বচৰ ধনাঢ্যৰ তালিকাৰ শীর্ষত মুকেশ আম্বানি
বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ গৌতম আদনিক চেৰাই ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি হল ৰিলায়েন্সৰ স্বত্বাধিকাৰী উদ্যোগপতি মুকেশ আম্বানি৷ ফ’ৰ্বচৰ ১০০ ভাৰতীয় ধনাঢ্যৰ তালিকা ২০২৩ত শীর্ষস্থান লাভ কৰিছে মুকেশ আম্বানিয়ে৷ তালিকা অনুসৰি জি’ ফাইনেন্সিয়েল ছার্ভিচৰ উত্থানে উদ্যোগপতি আম্বানিৰ সম্পতিৰ পৰিমাণ বৃদ্ধি কৰে আৰু ৯২ বিলিয়ন মার্কিন ডলাৰেৰে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম…
Read More...