নগৰবেৰাত ট্ৰেভেলাৰৰ খুন্দাত নিহত বাইক আৰোহী
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : আজি আবেলি নগৰবেৰাৰ পিজুপাৰা সাহাপাৰাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে নিহত হয় নহৰ আলী (৪৫) নামৰ এগৰাকী বাইক আৰোহী। জানিব পৰা মতে নহৰ আলীৰ ঘৰ বৰপেটাৰ কাছুমাৰা থানাৰ অন্তৰ্গত আদুৰীচৰত। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এএছ০১বিএক্স-৮৬৩২…
Read More...