লখিমপুৰত এদিনহে ব্যৱহাৰ হ’ল ৫০ লাখটকীয়া যন্ত্র
🔹 এবছৰে বিকল হৈ পৰি ৰ’ল বৈদ্যুতিক শ দাহন যন্ত্ৰ
বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত খেলমাটিৰ শিৱমন্দিৰৰ নীলকণ্ঠেশ্বৰ উদ্যানৰ কাষৰ শ্মশানত এবছৰৰ ভিতৰত এদিন চলাৰ পাছত অচল হৈ পৰি ৰৈছে ৫০ লাখটকীয়া বৈদ্যুতিক শৱ দাহন যন্ত্র৷ শ্মশানখনত শ দাহ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এটা ৫০ লাখটকীয়া বৈদ্যুতিক যন্ত্ৰ কেৱল এদিন ব্যৱহাৰৰ পিছতে বিকল হৈ…
Read More...