আগমনিত অবৈধভাৱে সৰবৰাহ কৰা গো-মাংসসহ আটক শুকুৰ আলী
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : গো-মাংসৰ অবৈধ ব্যৱসায়ত জড়িত শুকুৰ আলীক আটক কৰি আগমনি আৰক্ষীক গতালে ৰাইজে । ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ বেলগুৰিৰ ১৭ নং ঘাইপথত আজি পুৱা ৫ বজাত আটক হয় শুকুৰ আলী । AS-01 D P-5469 নম্বৰৰ স্কুটীৰ ডিক্কীত আৰু এটা মোনাত প্ৰায় ৩০ কিলোগ্ৰাম গো-মাংস লৈ আগমনিৰ পৰা গৌৰীপুৰলৈ যাওঁতে ৰাইজে হাতে-লোটে ধৰে। উল্লেখ্য যে শুকুৰ…
Read More...