শিশু কন্যাৰ ওপৰেৰে পাৰ হৈ গ’ল স্কুটীৰ চকা
🔹 ৰাখে হৰি মাৰে কোনে !
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ! দ্ৰুতবেগী স্কুটী এটি কণমানিৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। অথচ বিন্দুমাত্ৰও আঘাত পোৱা নাই চাৰি বছৰীয়া কণমানিটিয়ে। কালি ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ কাছাৰ জিলাৰ কালাইন কলেজ ৰোডত সংঘটিত গৈছে। দুজন আৰোহী থকা স্কুটীৰ দুটা চকা দৌৰি যোৱা চাৰি বছৰীয়া কিশোৰীৰ…
Read More...