কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ মিল সদায় আছে৷ কেতিয়াবা দল দুটাই মিত্রতা কৰি মিলি থাকে, কেতিয়াবা মিত্রতা নকৰাকৈ ভিতৰি ভিতৰি মিলি থাকে৷ – এই মন্তব্য মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা আছেনে নাই ধৰিবই নোৱাৰি৷ যোৱাবাৰ লোকসভা নিবাচনত কংগ্রেছ–এআইইউডিএফৰ মিত্রতা নাছিল৷ কিন্তু এ আই ইউ ডি এফ দলে…
Read More...