ৰাষ্ট্রীয় ছিনিয়ৰ টাইকোৱানডোৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ সদৌ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত আৰু ভাৰতীয় টাইকোৱানডো ফেডাৰেচনৰ তত্ত্বাৱধানত সৰুসজাই ক্রীডা প্রকল্পত নবীন চন্দ্র বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত ৰাষ্ট্রীয় ছিনিয়ৰ টাইকোৱানডো প্রতিযোগিতাৰ আজিৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ উল্লেখ্য যে দেশৰ প্রায় ১৩০০ খেলুৱৈ আৰু…
Read More...