ৰূপহীহাটৰ শিঙিমাৰীত ভূমিক লৈ প্ৰচণ্ড মাৰপিট
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : ৰূপহীহাটৰ শিঙিমাৰীত আজি ঈদগাহ আৰু কবৰস্থানৰ মাটি লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ উক্ত মাৰপিটৰ ঘটনাত ৪জনকৈ লোক আহত হয় ৷ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূব শিঙিমাৰী ঈদগাহ আৰু কবৰস্থানৰ ভূমিক লৈ দীৰ্ঘদিন ধৰি চলি আছিল বিবাদ। আজি বিবাদ মীমাংসা কৰিবলৈ ৰাইজ মেল বহে। ৰাইজ মেল চলি থকা সময়তে হঠাৎ আৰম্ভ হয় প্ৰচণ্ড মাৰপিটৰ…
Read More...