গড়গাঁও কলেজৰ প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ বৰ্তমান সমাজত প্ৰতিযোগিতাৰ লগতে হাতে-হাত ধৰি সহযোগিতাৰে আগবাঢ়ি যাব লাগিব -শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৬৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজি্যক মুক্ত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত…
Read More...