ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান টংলা প্ৰেছ ক্লাবৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : টংলা প্ৰেছ ক্লাবৰ উদ্যোগত কছাৰীতল গাঁও উন্নয়ন সমিতি আৰু অৰুণজ্যোতি সংঘৰ সহযোগত সংঘ প্ৰাংগণত আজি প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ তৃতীয় মৃত্যু বাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ সোঁৱৰণত…
Read More...