লাহৰীঘাটত ভিন্ন স্থানত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ
🔹 অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ জনসাধাৰণ
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত কেইদিনমান ধৰি অনিয়মীয়া বিদ্যুৎ যোগানে সৰ্বসাধাৰণক অধিক অতিষ্ঠ কৰি তুলিছে। লাহৰীঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ বিৰুদ্ধে লাহৰীঘাটৰ বিভিন্ন স্থানত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত ৰাজপথত নামিবলগীয়া হৈছে ৰাইজ। আজি লাহৰীঘাটৰ বোৱালগুৰিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে…
Read More...