ধন দাবীৰ অভিযোগত বজালীৰ SPসহ ৮ বিষয়াক ৰিজাৰ্ভ ক্লজড
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বজালীৰ আৰক্ষী অধীক্ষকসহ ৮ আৰক্ষী বিষয়া। আৰক্ষী অধীক্ষক-ডিএছপিসহ ৮ শীৰ্ষ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজড কৰা হৈছে। অৰ্থনৈতিক অপৰাধৰ অভিযোগত গ্ৰহণ কৰা হৈছে এই শাস্তিমূলক ব্যৱস্থা। ধনদাবীৰ অভিযোগত চিআইডি এই গোচৰ ৰুজু কৰা হৈছে। ৫ কোটি দাবী কৰিছিল বজালীৰ আৰক্ষী অধীক্ষকে। এই দাবী ৰবিউল ইছলামৰ…
Read More...