নৰোৱা সত্ৰৰ পৰ্যটন গৃহ নিৰ্মাণত বিলম্ব
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ আগশাৰী দৌল দেৱালয়সমুহৰ অন্যতম ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান নৰোৱা সত্ৰৰ পৰ্যটন গৃহ নিৰ্মান ৬ বছৰেও সম্পূৰ্ণ নোহোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে সত্ৰ পৰিয়ালৰ লগতে সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে ৷ ঐতিহ্যমণ্ডিত আৰু ইতিসাহ প্ৰসিদ্ধ ঢকুৱাখনা সোৱণৰি মৰনৈ বেবেজীয়াস্থিত…
Read More...