পাঠশালাত ৰঞ্জিত দাসৰ দুবছৰীয়া খতিয়ান “উন্নয়নৰ বাটেৰে দুটা বছৰ” মুকলি
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ "জাতীয় শব্দটো অসম জাতীয় পৰিষদ দলটোত খাপেই নাখায়৷ প্ৰকৃততে তেওঁলোকে জাতীয় শব্দটোকে কলুষিত কৰিছে৷" এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ৷ আজি পাঠশালাত পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে দুবছৰে সমষ্টিত কৰা কামৰ খতিয়ান পুস্তিকা আকাৰে প্ৰকাশ কৰা পুস্তিকা উন্মোচন কৰি পবিত্ৰ মাৰ্ঘেৰিটাই অসম জাতীয় পৰিষদ সন্দৰ্ভত কালি…
Read More...