বিলাসীপাৰাত শোৱাপাটীতে নৃশংস হত্যা দম্পতীক
বিশেষ বাৰ্তা, ২৭ আগষ্ট : বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। ধাৰাবাহিকভাৱে ছিৰিয়াল কিলাৰৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বিলাসীপাৰা আৰক্ষী ৷ ৰাজ্য জোকাৰি যোৱা বাছেৰ আলী হত্যাকাণ্ডৰ পিছত এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈছে স্বামী-স্ত্ৰী। ৰাণীগঞ্জৰ কুৰ্শাকাটীত…
Read More...