নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত কামৰূপৰ আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : কামৰূপ জিলাৰ চাংসাৰিস্থিত এইমছত অস্থায়ীভাৱে কৰ্মৰত বকো বিধানসভা সমষ্টিৰ বীৰপাৰা গাঁৱৰ দীনেশ কলিতাৰ পুত্ৰ নিপন কলিতাক যোৱা ২২ আগষ্টত এদল বহিৰাগত অনা-অসমীয়াই পৰিকল্পিতভাৱে হত্যা কৰে। এই ঘটনাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিয়ে। এই হত্যাকাণ্ডত জড়িত কোনো অপৰাধীয়ে যাতে আইনৰ সুৰুঙা লৈ কোনো কাৰণতে সাৰি যাব নোৱাৰে…
Read More...