নিৰ্মীয়মাণ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰী পীয়ূষ হাজৰিকাই
বাৰ্তা বুৰো, ২৪ আগষ্ট : ৰাজ্যৰ চিকিৎসা সেৱা খণ্ডৰ নতুন সংযোজন মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকার্য সময় মতে সম্পন্ন হোৱাৰ আশা ব্যক্ত কৰিলে জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই। আজি দিনৰ ১২ বজাত মন্ত্ৰীগৰাকীয়ে বঘৰাস্থিত মেডিকেল কলেজ নিৰ্মাণ ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰ সকলো দিশৰ বুজ লোৱাৰ লগতে ক্ষেত্ৰভিত্তিক তদাৰক কৰে।…
Read More...