আজিৰ দিনটোৰ ৰাশিফল
আজি ২০ আগষ্ট, ভাদ মাহৰ ২ তাৰিখ
দেওবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : কর্মত উন্নতি৷ ব্যৱসায়ত মধ্যম৷ ব্যয় বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
বৃষ : কর্ম সংস্থাপনৰ যোগ৷ পাৰিলে শনি মন্দিৰ দর্শন কৰিব, শুভ হ’ব৷ আঁকোৰগোজ মনোভাবৰ পৰা ক্ষতি৷ বিদ্যাত উন্নতি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
মিথুন : জ্ঞানী…
Read More...