অ’এনজিচি সৰ্বাত্মক বন্ধৰ বাবে সাজু সদৌ টাই আহোম ছাত্ৰ সন্থা
🔹 ৩৭২খন গাড়ীৰ নিবিদাক লৈ আটাছুৰে প্ৰশাসনিক স্তৰৰ সকলো আলোচনা বিফল
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : অ' এন জি চি অসম সম্পদ নাজিৰাই আহব্বান জনোৱা ৩৭২ খন লঘু যান-বাহনৰ নিবিদাক লৈ নিগম কৰ্তৃপক্ষ বনাম জনগোষ্ঠীয় সংগঠনৰ মাজত অব্যাহত থকা সংঘাতে লৈছে ক্ৰমাৎ নতুন মোৰ ৷ বিগত এটা পষেক জুৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে নিগম কৰ্তৃপক্ষক…
Read More...