উদঙীয়া গৰুক লৈ শিৱসাগৰ পৌৰসভাৰ তৎপৰতা
🔹 প্ৰকৃতিপ্ৰেমী অনুষ্ঠান অৰণ্যমৰ সহযোগত ২২টা গৰু জব্দ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : সঘন দুৰ্ঘটনা সৃষ্টিৰ মূল কাৰক তথা নিৰীহক অকাল মৃত্যুৰ মুখলৈ ঠেলি অহা উদঙীয়া-গৰাকীবিহীন গৰুৰ বিৰুদ্ধে অৱশেষত হাতে-কামে অভিযান চলালে শিৱসাগৰ পৌৰসভাই ৷ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী অনুস্থান অৰণ্যমৰ সহযোগত চলোৱা অভিযানকালত আজি পুৱাৰ পৰা দুপৰীয়ালৈকে মুঠ ২২টা উদঙীয়া গৰু জব্দ…
Read More...