সদনৰ পৰিস্থিতিক লৈ তীব্ৰ অসন্তুষ্ট দেৱেগৌড়া
বিশেষ বাৰ্তা, ১০ আগষ্টঃ সংসদত হোৱা হুলস্থূলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল চেকুলাৰ (জে ডি এছ)ৰ মুৰব্বী এইচ ডি দেৱগৌড়াই। আজি তেওঁ কয় যে যেতিয়া সকলো মানুহে মৰ্যাদা আৰু শিষ্টাচাৰ অনুসৰণ কৰে তেতিয়াহে গণতন্ত্ৰ ৰক্ষা কৰিব পৰা যাব। কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সদস্য দেৱেগৌড়াই কয় যে সংসদত যি ঘটি আছে তাক লৈ তেওঁ হতাশ। আজি…
Read More...