ফ্লায়িং কিছ : সংসদত ৰাহুলৰ অভব্য আচৰণক লৈ বাদানুবাদ
বিশেষ বাৰ্তা, ৯ আগষ্টঃ লোকসভাত এটা ফ্লায়িং কিছ৷ কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ অভব্য আচৰণৰ অভিযোগেৰে উত্তাল নিম্ন সদনৰ মজিয়া৷ মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ বিতর্কত অংশ লোৱা ৰাহুল গান্ধীয়ে বিজেপিৰ মহিলা সাংসদলৈ ফ্লায়িং কিছ দিয়াৰ অভিযোগ আৰু শাসকীয় দলৰ বিবাদ৷ কার্যতঃ এটা ফ্লায়িং কিছত উফৰিল মণিপুৰৰ হিংসা৷ শাসকীয় বিজেপিয়ে ৰাহুল গান্ধীৰ ফ্লায়িং…
Read More...