ধুবুৰীত ড্ৰাগছবিৰোধী অভিযান : ধৃত স্বামী-স্ত্ৰী
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আজি বিয়লি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালাত চিআৰপিএফ আৰু আৰক্ষীৰ যুটীয়া অভিযানত ব্ৰাউন চুগাৰসহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয় সম্বন্ধত স্বামী আৰু পত্নী। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যাৰ ভিত্তিত, আজি বিয়লি ৪৮নং চিআৰপিএফ বাহিনীৰ এটি দলে ধৰ্মশালা আৰক্ষী…
Read More...