সোণাৰি চাপৰিত চৰকাৰী মাটি বেদখলৰ অভিযোগ
🔹 ৰাজহুৱা স্থানৰ গছ কাটি গৃহ নিৰ্মাণৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যৰ সৰ্বত্ৰে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ অন্তৰ্গত সোণাৰি চাপৰিত চৰকাৰী মাটি বেদখল…
Read More...