দুলীয়াজানৰ আৱাসিক এলেকাত আৱৰ্জনাৰ স্তূপ
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ নৱৰত্নৰ পৰা মহাৰত্ন কোম্পানীলৈ ৰূপান্তৰ ঘটা অইল ইণ্ডিয়া লিমিটেডে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে প্ৰত্যেক বছৰে স্বচ্ছতা পষেক পালন কৰি ইয়াৰ অধীনত বিভিন্ন স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আনকি এই অভিযানক এক গণ আন্দোলনলৈ ৰূপায়িত কৰাৰ উদ্দেশ্যে ব্যয়সাপেক্ষে বিভিন্ন চকুত লগা…
Read More...