কংগ্রেছে কিয় নেতা ধৰি ৰাখিব নোৱাৰে
মামুন ইমদাদুল হক চৌধুৰী
প্রথমতে ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে আৰম্ভ হৈ পিছলৈ বহুবাৰ বহুধাবিভক্ত হোৱা ‘কংগ্রেছ’ নামৰ দলটোৱে কংগ্রেছ (ৰুলিং)ৰে পাৰ হৈ কংগ্রেছ (ইন্দিৰা) নাম লৈ পুনৰ ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে চলি আছে৷ বয়স আৰু শাসন ক্ষমতাৰ অভিজ্ঞতা–এই দুয়োটা দিশৰ পৰাই দলটো সবাতোকৈ পুৰণা আৰু অভিজ্ঞ৷ তেন্তে আজি দলৰ এই নিশকতীয়া অৱস্থা কিয়?
কিয়…
Read More...