হঠাৎ আপোনাৰ গোপন ফটো ভাইৰেল হ’লে কি কৰিব?
জ্ঞান লাভৰ বাবে এতিয়া আৰু হাজাৰ পৃষ্ঠাৰ বিশ্বকোষৰ পাত লুটিয়াই ফুৰাৰ কোনো প্ৰয়োজন নাই। হাতত থকা মোবাইল ফোনটোৰেই যেতিয়াই যি তথ্যৰ প্ৰয়োজন হয় তেতিয়াই সেয়া লাভ কৰাতো সম্ভৱ হৈ পৰিছে।
ডিজিটেল প্ৰযুক্তিৰ সুবিধা এয়াই যে ই সদায় দুটা বিষয়ক অধিক গুৰুত্ব দিয়ে। সেয়া হৈছে ইনষ্টেণ্ট নলেজ (তাৎক্ষণিক জ্ঞান) আৰু ইনষ্টেণ্ট কমিউনিককেশ্যন (তাৎক্ষণিক যোগাযোগ)।…
Read More...