নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

বিশেষ

মুখ্যমন্ত্রীৰ ভাষণ

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাৰ পিছত ৰাজহুৱা স্থানত দিয়া ভাষণেবাৰ যদি পর্যালোচনা কৰে দেখ্বি যে তেওঁৰ ভাষণত সকলো ক্ষেত্রতে অসমখনক এক নতুন ৰূপত সজোৱাৰ এক সমূল স্বপ্ণ আছে৷ তেওঁৰ মুখ্যমন্ত্রিত্বৰ অনিৰুদ্ধ যাত্রাৰ বেদী হ’ল ৰাইজৰ ােব সু–শাসন৷ আন এটা কথা৷ ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে কার্যর্ন্বিাহ কৰাৰ পূবৰ ভাষণ…
Read More...

টচেন বড়াঃ ভাৰতীয় ছিনিয়ৰ ফুটবল টীমত স্থান পোৱা প্রথমগৰাকী অসমীয়া ফুটবলাৰ

খেলপথাৰৰ চাৰিওফালে হর্ষোল্লাস, উদ্দীপনা, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, সকলোৰে দৃষ্টি নিবদ্ধ মাত্র এগৰাকী ষ্টাইলিছ…

‘‘তোৰে মোৰে আলোকৰে যাত্রা’’; মানৱ–সংকটৰ আধুনিক সমাধান (১)

প্রাকৃত জীৱনৰ বিপুল বৈভৱেৰে আজি উপচি পৰিছে মানুহৰ অঞ্জলি তথাপি কিন্তু মানুহ এতিয়াও অতৃপ্ত আৰু অশান্ত শ্রীৰবিন্দৰ…

লাভলীনাৰ অলিম্পিক বিজয় নাৰীৰ স্বপ্নৰ জয়যাত্রা

হাজাৰ বছৰীয়া শোষণৰ ধুমুহা নেওচি নাৰী আগুৱাই আহি আছে এখন সৃষ্টিশীল, মমতাময়ী, শক্তিশালী আশ্রয়দাত্রী ধৰিত্রীৰ প্রতীক…

ড০ শর্মা চৰকাৰৰ ১০০ দিনীয়া যাত্রাঃ বহু আস্থাহীনতাৰ বিপৰীতে…

মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনাবিলাসৰ বিপৰীতে এক সত্য–প্রশস্তিৰ…