‘তোৰে মোৰে আলোকৰে যাত্রা’ মানুহৰ মহাকায় সভ্যতা
ঠেৰুছিগা বুদ্ধি আৰু জীৱনৰ নৈৰাজ্যত পতিত হৈ মানৱ জাতিৰ বহুযুগ প্রতিপালিত আপোন জীৱনাদর্শৰ কল্পিত সপোনপুৰী ছেদেলি–ভেদেলি হৈ পৰিছে সম্প্রতি৷ কিন্তু কিয় মানুহৰ জীৱনত এনেদৰে চৌপাশে দেখা দিছে নৈৰাজ্যৰ এই বিভীষিকা অথবা কাল অমানিশাৰ কলীয়া ডাৱৰে? মানুহৰ স্বপ্ণৰাজ্যৰ সুদীর্ঘকালৰ আশা আৰু প্রত্যাশা কিয় আজি হতাশাত হৈ পৰিছে পর্যৱসিত? অনিশ্চিত ভৱিষ্যতৰ দুঃস্বপ্ণত…
Read More...