তালিবানৰ পুনৰ উদয়
সমগ্র ভাৰতবাসী ৭৫সংখ্যক স্বাধীনতা দিৱস উদ্যাপনত ব্যস্ত হৈ থকা দিনটোত কাবুলত হাজাৰ হাজাৰ মহিলা উচুপি উঠিছিল পৰাধীনতাৰ ভয়াৱহ ভৱিষ্যতৰ দিনৰ কথা ভাবি৷ তেতিয়াও অৱশ্যে কাবুলৰ অভ্যন্তৰত তালিবান সন্ত্রাসবাদীৰ অনুপ্রৱেশ ঘটা নাছিল৷ ৰাজধানী চহৰখনক চাৰিওফালৰ পৰা ঘেৰি ৰাখিছিল৷ কিন্তু কাবুলৰ পতন নিশ্চিত হৈ পৰিছিল৷ কাবুলৰ পতন মানে আফগানিস্তানৰ পতন৷ আফগানিস্তানৰ…
Read More...