অষ্ট্রেলিয়াক হৰুৱাই চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত
🔹 কোহলিৰ দুর্দান্ত ৮৪
🔹 ১৪ বছৰ পিছত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াক পৰাস্ত
নিউজ ডেস্ক, ৫ মার্চ : অৱশেষত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে থকা ব্যর্থতাৰ ধাৰা ভংগ কৰিলে টীম ইণ্ডিয়াই৷ চলিত চেম্পিয়নছ ট্রফীৰ ডুবাইত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে৷ মেচখনত টীম ইণ্ডিয়াৰ জয়ৰ…
Read More...