বিচিচিআইক মুকলি প্রত্যাহ্বান পিচিবিৰ
🔹 ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত খৰ্গহস্ত
নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্ৰফীক কেন্দ্র কৰি বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ৷ বিচিচিআয়ে প্রতিযোগিতাখনৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ প্রেৰণ নকৰাত হাইব্রিড মডেলত অনুষ্ঠিত হয় চেম্পিয়নছ ট্ৰফী৷ এই বিষয়ক কেন্দ্র কৰি বিচিচিআইৰ ওপৰত যেন এতিয়াও খর্গহস্ত হৈ আছে পিচিবি৷ এনে পৰিস্থিতিতে পাকিস্তান…
Read More...