২৫ মিটাৰ এয়াৰ পিষ্টলত চতুর্থ স্থানতে ক্ষান্ত ভাৰতীয় শ্বুটাৰ
🔹 প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মনু ভাকেৰে
নিউজ ডেস্ক, ৩ আগষ্ট : আশা সৃষ্টি কৰি স্বপ্নভংগ৷ অলিম্পিকত তৃতীয়টো পদক জয় কৰি ইতিহাস সৃষ্টি কৰা নহ’ল মনু ভাকেৰৰ৷ ২৫ মিটাৰ এয়াৰ পিষ্টলত চতুর্থ স্থানতে ক্ষান্ত থাকিল তেওঁ৷ কিন্তু ইয়াৰ পূর্বে দুটা ইভেণ্টত ব্রঞ্জ জয় কৰি দেশৰ নাম উজলাই তুলিছে ভাৰতীয় শ্বুটাৰগৰাকীয়ে৷ একেদিনাই দুটা পদক জয়ৰ সাফল্য,…
Read More...