ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত ব্ৰঞ্জৰ পদক ভাৰতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ আগষ্টঃ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক মেচত স্পেইনক ২-১ গ’লত পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে টীম ইণ্ডিয়াই। ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ভাৰতে ব্ৰঞ্জৰ পদক দখল কৰিছিল। যোৱা ৫২ বছৰৰ ভিতৰত ভাৰতে একেৰাহে দুখন অলিম্পিক গেমছত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।…
Read More...