মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক জিচিএফচিৰ জাৰ্ছী প্ৰদান
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জুনঃ গুৱাহাটী চিটী এফ চি (জিচিএফচি)ৰ এটা প্ৰতিনিধি দলে আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে আৰু ক্লাবৰ ফুটছাল দলক বদোদৰাত হৈ থকা এআইএফএফ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে অসম পৰ্যটন বিভাগৰ জৰিয়তে কৰা সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ জিচিএফচিৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকা আৰু কাৰ্যবাহী…
Read More...