টি–২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ একাধিক মেচত বৃষ্টিৰ সম্ভাৱনা
🔹 ২০ জুনত ভাৰত–আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা কম
বিশেষ বাৰ্তা, ১৮ জুন : টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ কেইবাখনো মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ কিছুমান মেচ অভাৰ হ্রাস কৰি শেষ কৰিবলগীয়া হৈছিল৷ কিছুমান মেচ সময় মতে সম্পূর্ণ কৰিব পৰা নাছিল৷ ছুপাৰ এইট পর্যায় আৰম্ভ হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বতৰে আন্তর্জাতিক ক্রিকেট পৰিষদৰ বিষয়াসকলক চিন্তিত কৰি…
Read More...