ডুবাইত অভিলেখ গঢ়িলে মহম্মদ ছামীয়ে
নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : আঘাতৰ বাবে দীর্ঘদিন ক্রিকেটৰ পৰা আঁতৰত থকা পেচ বলাৰ মহম্মদ ছামীয়ে চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতে ৫টা উইকেট দখল কৰিছে৷ ইয়াৰ লগে লগে তেওঁ এদিনীয়া ক্রিকেটত ২০০ উইকেট দখলৰ অভিলেখ গঢ়ে৷ এদিনীয়া ক্রিকেটত আটাইতকৈ কম বলত এই কৃতিত্ব গঢ়ি বিশ্ব অভিলেখৰ গৰাকী হয় ছামী৷ বাংলাদেশৰ বিৰুদ্ধে কালি চেম্পিয়নছ ট্রফীৰ মেচখনত নমাৰ পূর্বে তেওঁৰ…
Read More...