ৰাষ্ট্রীয় ক্রিকেট একাডেমীলৈ বুমৰাহ
নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : আইচিচি চেম্পিয়ন ট্রফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত সুস্থ হ’বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডেও বলাৰগৰাকীক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ দেওবাৰে সন্ধিয়া বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত উপস্থিত হয় বুমৰাহ৷ তাত তেওঁৰ…
Read More...