দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ১৯ বছৰ অনূর্ধ্ব দলৰ নেতৃত্বত বৈভৱ
দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখন এদিনীয়া মেচৰ শৃংখলাত ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলক নেতৃত্ব দিব বৈভৱ সূর্যবংশীয়ে৷ ঘোষণা কৰা ১৫ জনীয়া দলত বর্তমানৰ দুর্দান্ত বেটাৰগৰাকীক অধিনায়কৰ দায়িত্ব প্রদান কৰে৷
বিগত সময়ত য়ুথ এছিয়া কাপৰ প্রথমখন মেচতে ইউএইৰ বিৰুদ্ধে দর্শনীয় ১৭১ ৰান সংগ্রহ কৰা বৈভৱে ফাইনেলতো দুর্দান্ত আৰম্ভণি কৰিছিল…
Read More...