৪৩০ দিন পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সন্ধিক্ষণত ছামি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জানুৱাৰীঃ ভাৰতীয় বেগী বলাৰ মহম্মদ ছামি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। আজি এই অপেক্ষাৰ অন্ত পৰিব। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ অন্তিমখন খেল খেলা ছামিক ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ শৃংখলাৰ বাবে টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত হৈছে। আজি কলকাতাৰ ইডেন গাৰ্ডেনত…
Read More...