এছিয়া কাপত ভাৰতৰ বেটিং তাণ্ডৱ : ৪৩৩ ৰান সংগ্ৰহ
আজিৰ পৰা অনুৰ্ধ-১৯ এছিয়া কাপৰ আৰম্ভণি হৈছে। টুৰ্ণামেণ্টৰ প্ৰথম মেচখন ভাৰত আৰু সংযুক্ত আৰব আমিৰাত (ইউএই)ৰ মাজত ডুবাইত খেলোৱা হয়। এই মেচত ভাৰতীয় খেলুৱৈ বৈভৱ সূৰ্য্যৱংশীয়ে ১৭১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছত তিনি চাৰি আৰু ছয়েৰে ৰানৰ বৰষুণ নমালে। ভাৰতীয় দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৪৩৩ ৰানৰ বিশাল স্কৰকৰে। সূৰ্য্যৱংশীৰ উপৰি ভাৰতৰ হৈ…
Read More...